ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে (বাহিৰত) কলা পৰে কিয়নাে

ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে (বাহিৰত) কলা পৰে কিয়নাে

(a) খাদ্য ভালদৰে নিসিজিলে।

(b) ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়।

(c) ইন্ধনটো সিক্ত।

(d) ইন্ধনটো সম্পূর্ণকৈ দহন নহয়।

উত্তৰ: (b) ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়।


Post a Comment

Previous Post Next Post