পূৱে: অৰুণাচলপ্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ
পশ্চিমে: পশ্চিমবংগ আৰু বাংলাদেশ
উত্তৰে: ভূটান আৰু অৰুণাচলপ্ৰদেশ
দক্ষিণে: মেঘালয়, বাংলাদেশ, ত্ৰিপুৰা আৰু মিজোৰাম
আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চল
আন্তঃৰাষ্ট্ৰীয় সীমাৰ দৈৰ্ঘ্য (SOI)
ভাৰত-বাংলা - ২৬৭.৫ কিঃ মিঃ
ভাৰত-ভূটান - ২৬৫.৮ কিঃ মিঃ
মুঠ - ৫৩৩.৩ কিঃ মিঃ
বাংলাদেশ আৰু ভূটানৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্তত ৮ খন জিলা আছে। আন্তঃৰাষ্ট্ৰীয় সীমাৰ জিলা অনুসৰি দৈৰ্ঘ্য-
- বাক্সা-ভূটান - ৯০ কিঃ মিঃ
- চিৰাং-ভূটান - ৭০ কিঃ মিঃ
- কোকৰাঝাৰ-ভূটান - ৪০ কিঃ মিঃ
- ওদালগুৰি-ভূটান - ৮০ কিঃ মিঃ
- কৰিমগঞ্জ-বাংলা - ৩ কিঃ মিঃ
- কাছাৰ-বাংলা - ৭০ কিঃ মিঃ
- ধুবুৰী-বাংলা - ৯০ কিঃ মিঃ
- দক্ষিন শালমাৰা মানকাছাৰ-বাংলা - ৬৩.০০ কিঃ মিঃ
আন্তঃৰাজ্যিক সীমান্ত অঞ্চল
আন্তঃৰাজ্যিক সীমাৰ দৈৰ্ঘ্য (SOI)
- অসম–নাগালেণ্ড – ৫১২.১ কিঃ মিঃ
- অসম–অৰুণাচল প্ৰদেশ – ৬০৮.১ কিঃ মিঃ
- অসম–মণিপুৰ – ২০৪.১ কিঃ মিঃ
- অসম–মিজোৰাম - ১৬৪.৬ কিঃ মিঃ
- অসম–ত্ৰিপুৰা – ৪৬.৩ কিঃ মিঃ
- অসম–মেঘালয় – ৮৮৪.৯ কিঃ মিঃ
- অসম–পশ্চিমবংগ – ১২৭.০ কিঃ মিঃ
মুঠ – ২৭৪১.৩ কিঃ মিঃ
চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে আন্তঃৰাজ্যিক সীমাৱৰ্তী ২৪ খন জিলা আছে।
(১) শিৱসাগৰ-নাগালেণ্ড – ৫৭.৮০ কিঃ মিঃ
(২)(ক) চৰাইদেউ–নাগালেণ্ড - ৩৪.০০কিঃ মিঃ
(খ) চৰাইদেউ–অৰুণাচল প্ৰদেশ – ২৬.৮০ কিঃমিঃ
(৩) যোৰহাট–নাগালেণ্ড – ১২৮.৫০ কিঃ মিঃ
(৪) গোলাঘাট–নাগালেণ্ড – ১২৬.৫০ কিঃ মিঃ
(৫) ওদালগুৰি–অৰুণাচল প্ৰদেশ – ২৭.৭০ কিঃ মিঃ
(৬) শোণিতপুৰ–অৰুণাচল প্ৰদেশ – ৭১.৯০ কিঃমিঃ
(৭) বিশ্বনাথ–অৰুণাচল প্ৰদেশ – ৭৭,৩০ কিঃমিঃ
(৮) লখিমপুৰ–অৰুণাচল প্ৰদেশ – ১০৮.৮০ কিঃমিঃ
(৯) ধেমাজি-অৰুণাচল প্ৰদেশ - ১৭৭.২০ কিঃমিঃ
(১০) তিনিচুকীয়া–অৰুণাচল প্ৰদেশ - ২৮২.৮০ কিঃমিঃ
(১১) ডিব্ৰুগড়–অৰুণাচল প্ৰদেশ – ৩১.৬০ কিঃমিঃ
(১২) (ক) ডিমা-হাছাও–মণিপুৰ – ৭৩.৫০ কিঃমিঃ
(খ) ডিমা হাছাও–মেঘালয়- ১২৪.৯০ কিঃমিঃ
(গ) ডিমা হাছাও–নাগালেণ্ড – ৪৫.৬০ কিঃমিঃ
(১৩) (ক) কাছাৰ-মণিপুৰ-১৩০.৬০ কিঃমিঃ
(খ) কাছাৰ-মিজোৰাম-৫২.৯০ কিঃমিঃ
(গ) কাছাৰ- মেঘালয়-১৯.৫০ কিঃমিঃ
(১৪) হাইলাকান্দি-মিজোৰাম - ৯৯.১০ কিঃ মিঃ
(১৫) (ক)কৰিমগঞ্জ–মিজোৰাম – ১২.৬০ কিঃমিঃ
(খ) কৰিমগঞ্জ-ত্ৰিপুৰা - ৪৬.৩০ কিঃমিঃ
(১৬) কাৰ্বি আংলং-নাগালেণ্ড - ১১৯.৭০ কিঃমিঃ
(১৭) পশ্চিম কাৰ্বি আংলং-মেঘালয় - ১৬২.১০ কিঃমিঃ
(১৮) মৰিগাওঁ–মেঘালয় - ১৪.৫০ কিঃমিঃ
(১৯) কামৰূপ(ম)-মেঘালয় - ৭৯.৭০ কিঃমিঃ
(২০)কামৰূপ-মেঘালয় - ২০০.৯০ কিঃমিঃ
(২১) গোৱালপাৰা-মেঘালয় - ১৬৯.৮০ কিঃমিঃ
(২২) (ক) ধুবুৰী-মেঘালয় - ১৫.১৮ কিঃমিঃ
(খ)ধুবুৰী-পশ্চিমবংগ - ৭২.৯০ কিঃমিঃ
(২৩) দক্ষিন শালমাৰা মানকাছাৰ –মেঘালয় - ৯৮.৩২ কিঃমিঃ
(২৪) কোকৰাঝাৰ-পশ্চিমবংগ - ৫৪.১০ কিঃমিঃ