বৃন্দাবনৰ আনন্দমুখৰ পৰিৱেশটোৰ চমু বর্ণনা দিয়া।
উত্তৰঃ বৃন্দাবনত গোপবালকৰ সৈতে কৃষ্ণই গৰু চৰাইছিল। তেওঁলোকে নানা লীলা-খেলা কৰিছে। কৃষ্ণ উপস্থিতিত বৃন্দাবনত এক আনন্দ মূখৰ পৰিৱেশৰ সৃষ্টি হৈছে। কৃষ্ণৰ বাঁহীৰ পঞ্চম সুৰে সকলোকে মোহিত কৰি তুলিছে। যমুনা নৈৰ পাৰত এক আনন্দৰ উৎসৱ চলিছে।