শ্রীকৃষ্ণৰ শাৰীৰিক সৌন্দর্য পাঠৰ আধাৰত বর্ণনা কৰা।

শ্রীকৃষ্ণৰ শাৰীৰিক সৌন্দর্য পাঠৰ আধাৰত বর্ণনা কৰা। 

উত্তৰঃ শ্ৰীকৃষ্ণৰ শৰীৰটো হ'ল শ্যাম বৰণীয়া। সেই শৰীৰত তেওঁ নানা বেশভূষা আৰু পীত বস্ত্ৰ পৰিধান কৰিছে। যিয়ে তেওঁক এক অপৰূপ সৌন্দৰ্য দান কৰিছে।

Post a Comment

Previous Post Next Post