অসমৰ জিলা সমূহ ২০২০-২১

অসমৰ জিলা সমূহ ২০২০-২১

 বৰ্তমান অসমত ৩৩ খন জিলা আছে ইয়াৰে ব্ৰহ্মপুত্ৰ উপত্যকাত ২৭ খন, বৰাক উপত্যকাত ৩ খন আৰু কাৰ্বি আংলং আৰু উত্তৰ কাছাৰৰ পাহাৰীয়া অঞ্চলত ৩ খন জিলা আছে ।

            ২০১৫ চনৰ ১৫ আগষ্টত তদানীন্তন অসম চৰকাৰে পাঁচখন নতুন জিলা গঠন কৰাৰ কথা ঘোষণা কৰে পুনৰ ২৬ জানুৱাৰী ২০১৬ চনত তদানীন্তন অসম চৰকাৰে আৰু দুখন জিলা ক্ৰমে পূব কামৰূপ আৰু দক্ষিণ কামৰূপ ঘোষণা কৰে, যদিও পৰ্যাপ্ত প্ৰশাসনিক আন্তঃগাঁঠনি নথকাৰ বাবে অক্টোবৰ ২০১৬ তাৰিখে এক কেবিনেট সভাত সাময়িকভাৱে স্থগিত ৰখা হয় ২৭ জুন ২০১৬ চনত মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীক জিলা ঘোষণা কৰাত মাজুলী ভাৰতৰ প্ৰথমখন নদীদ্বীপ জিলা হৈ পৰিল আৰু অসমৰ মুঠ জিলাৰ সংখ্যা ৩৩ হল

বৰ্তমান অসমৰ জিলা সমূহৰ সদৰ ঠাই, মাটিকালি , ঘনত্ব আৰু কোড তলত উল্লেখ কৰা হল-

ক্ৰ্মিক নং
কোড  
জিলা
সদৰ
মাটিকালি (বৰ্গ কিমি)
ঘনত্ব (প্ৰতি বৰ্গ কিমি)
UD
ওদালগুৰি
ওদালগুৰি
,৬৭৬
৪৯৭
CA
কাছাৰ
শিলচৰ
,৭৮৬
৩৮১
KU
কামৰূপ
আমিনগাঁও
,১০৫
৫২০
KM
কামৰূপ মহানগৰ
গুৱাহাটী
৯৫৫
৮২০
KG
কাৰ্বি আংলং
ডিফু
,৩৯৯
৭৮
KJ
কোকৰাঝাৰ
কোকৰাঝাৰ
,১২৯
২৯৭
KR
কৰিমগঞ্জ
কৰিমগঞ্জ
,৮০৯
৫৫৫
GG
গোলাঘাট
গোলাঘাট
,৫০২
২৭০
GP
গোৱালপাৰা
গোৱালপাৰা
,৮২৪
৪৫১
১০
CH
চিৰাং
কাজলগাঁও
,৪৬৮
৩২৮
১১
CD
চৰাইদেউ
সোণাৰি
৯৩৯

১২
DI
ডিব্ৰুগড়
ডিব্ৰুগড়
,৩৮১
৩৪৭
১৩
DH
ডিমা হাছাও
হাফলং
,৮৯০
৪৪
১৪
TI
তিনিচুকীয়া
তিনিচুকীয়া
,৭৯০
৩০৩
১৫
SM
দক্ষিণ শালমাৰা-মানকাচৰ
হাটশিঙিমাৰি
৫৬৮
৯৮০
১৬
DR
দৰং
মঙ্গলদৈ
,৪৮১
৪৩২
১৭
DU
ধুবুৰী
ধুবুৰী
,৮৩৮
৫৭৬
১৮
DM
ধেমাজি
ধেমাজি
,২৩৭
১৭৬
১৯
NN
নগাঁও
নগাঁও
,৮৩১
৬০৪
২০
NB
নলবাৰী
নলবাৰী
,২৫৭
৫০৪
২১
WK
পশ্চিম কাৰ্বি আংলং
হামৰেণ
,০৩৫

২২
BO
বঙাইগাঁও
বঙাইগাঁও
,৭২৪
৪২৫
২৩
BK
বাক্সা
মুছলপুৰ
,৪০০
৩৯৮
২৪
BS
বিশ্বনাথ
বিশ্বনাথ চাৰিআলি
,০০০
৫৩০
২৫
BP
বৰপেটা
বৰপেটা
,২৪৫
৫০৬
২৬
MJ
মাজুলী
গড়মূৰ
৮৮০
৩০০
২৭
MA
মৰিগাঁও
মৰিগাঁও
,৭০৪
৪৫৫
২৮
JO
যোৰহাট
যোৰহাট
,৮৫১
৩৫৪
২৯
LA
লখিমপুৰ
উত্তৰ লখিমপুৰ
,২৭৭
৩৯১
৩০
SV
শিৱসাগৰ
শিৱসাগৰ
,৬৬৮
৩৯৫
৩১
ST
শোণিতপুৰ
তেজপুৰ
,৩২৪
৩১৫
৩২
HA
হাইলাকান্দি
হাইলাকান্দি
,৩২৭
৪০৯
৩৩
HJ
হোজাই
হোজাই


Post a Comment

Previous Post Next Post