আইৰন (II) ছালফেট দ্ৰৱণত যিংক ধাতু দিলে কি দেখিবা? সংঘটিত হােৱা বিক্রিয়াটো লিখা।(H.S.L.C −18)

আইৰন (II) ছালফেট দ্ৰৱণত যিংক ধাতু দিলে কি দেখিবা? সংঘটিত হােৱা বিক্রিয়াটো লিখা।(H.S.L.C −18)

উঃ আইৰন (II) ছালফেটৰ জলীয় দ্ৰৱত যিংক মিহলি কৰিলে আইৰন ছালফেটৰ সেউজীয়া ৰং লাহে লাহে বৰণহীন হৈ পৰিব আৰু যিংকৰ ওপৰত আইৰনৰ প্রলেপ পৰিব। Zn(s)+FeSO4(aq)→ ZnSO4(aq)+Fe(g)


Post a Comment

Previous Post Next Post