ছডিয়াম, অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেকট্রন বিন্দু গঠন লিখা।
ইলেকট্রনৰ স্থানান্তৰৰ জৰিয়তে Na2০ আৰু MgOৰ গঠন লিখা।
এই যৌগটোত থকা আয়নসমূহ কি কি?
উঃ
ছডিয়ামৰ ইলেকট্রন বিন্দু গঠন- Na•
অক্সিজেনৰ ইলেকট্রন বিন্দু গঠন- :0•
মেগনেছিয়ামৰ ইলেকট্রন বিন্দু গঠন- Mg: