আয়নীয় যৌগৰ গলনাংক কিয় বেছি।
উঃ আয়নীয় যৌগবােৰৰ আন্তঃআয়নীয় বিদ্যুত স্থিতীয় আকর্ষণ বল অতি বেছি। ফলত আনসমূহ পৃথক কৰিবলৈ যথেষ্ট তাপ শক্তি প্রয়োজন। সেইবাবে এইবােৰৰ গলনাংক বেছি।