তলত দিয়াবােৰৰ সংজ্ঞা লিখা। (H.S.L.C −17)

তলত দিয়াবােৰৰ সংজ্ঞা লিখা। (H.S.L.C −17)

i) মণিক

(ii) আকৰ

(iii) খনিজ মল।

উ :

(i) মণিকঃ পৃথিৱীৰ খােলাত যিবােৰ বস্তু মৌল বা যৌগ অবস্থাত পাব পাৰি সেইবােৰক মণিক বােলে।

(ii) আকৰঃ যিবােৰ পদাৰ্থৰ পৰা কম খৰচতে ধাতু এটাক বিশুদ্ধ অবস্থাত আহৰণ কৰিব পাৰি, সেইবােৰক ধাতুটোৰ আকৰ বুলি কোৱা হয়।

(iii) খনিজ মলঃ খনিৰ পৰা আহৰণ কৰাৰ পিছত ধাতুৰ আকৰবােৰৰ লগত যিবােৰ অপদ্রবা ৰা অশুদ্ধি মিহলি হৈ থাকে তাক খনিজ মল বােলে।


Post a Comment

Previous Post Next Post