ইথানলৰ লগত ছ’ডিয়াম ধাতু যােগ কৰিলে কি ঘটে? বিক্রিয়াটোৰ প্ৰয়ােজনীয় ৰাসায়নিক সমীকৰণ লিখা। (H.S.L.C −17)

ইথানলৰ লগত ছ’ডিয়াম ধাতু যােগ কৰিলে কি ঘটে? বিক্রিয়াটোৰ প্ৰয়ােজনীয় ৰাসায়নিক সমীকৰণ লিখা। (H.S.L.C −17)

উঃ ইথানলৰ লগত ছডিয়াম ধাতু যােগ কৰিলে ইহঁত দুয়ােটাৰ মাজত বিক্রিয়া ঘটি ছডিয়াম ইথক্সাইড আৰু হাইড্রজেন গেছ উৎপন্ন হয়।
বিক্রিয়াটোৰ ৰাসায়নিক সমীকৰণটো হল—
2Na + 2CH2CH3OH→CH3CH2O‾ Na +H2


Post a Comment

Previous Post Next Post