তলৰ বিক্রিয়াবিলাকৰ ৰাসায়নিক সমীকৰণ লিখা।
(i) উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰণৰ বিক্রিয়া।
(ii) পানীৰ লগত কেলছিয়াম আৰু পটাছিয়ামৰ বিক্রিয়া।
উ:
(i) 3Fe+4H2০→Fe3০4+4H2
(ii) Ca+2H20→Ca(OH)2+H2
(i) উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰণৰ বিক্রিয়া।
(ii) পানীৰ লগত কেলছিয়াম আৰু পটাছিয়ামৰ বিক্রিয়া।
উ:
(i) 3Fe+4H2০→Fe3০4+4H2
(ii) Ca+2H20→Ca(OH)2+H2