ছ’ডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়। (H.S.L.C −15, 18)
উ: ছ’ডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয় কাৰণ ইহঁতে ইমান প্ৰৱণতাৰে বিক্রিয়া কৰে যে মুক্ত বায়ুত বিক্রিয়া ঘটিলে জুই জ্বলি উঠে। দুর্ঘটনা ৰােধ কৰিবলৈ তেলত ইহঁতক ডুবাই ৰখা হয়।