ছ’ডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়। (H.S.L.C −15, 18)

ছ’ডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়। (H.S.L.C −15, 18)

উ: ছ’ডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয় কাৰণ ইহঁতে ইমান প্ৰৱণতাৰে বিক্রিয়া কৰে যে মুক্ত বায়ুত বিক্রিয়া ঘটিলে জুই জ্বলি উঠে। দুর্ঘটনা ৰােধ কৰিবলৈ তেলত ইহঁতক ডুবাই ৰখা হয়।


Post a Comment

Previous Post Next Post