ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তাৰ অর্থ বহলাই আলােচনা কৰা।

ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তাৰ অর্থ বহলাই আলােচনা কৰা।

উ :

ঘাত সহনীয়তাঃ ধাতুৰ যি ধৰ্মৰ বাবে তাক হাতুৰীৰে কোবাই সহজে মিহি আৰু দীঘল কৰিব পাৰি, তাকে ঘাত সহনীয়তা বােলে।

ধাতুৰ নমনীয়তাঃ ধাতুৰ যি ধৰ্মৰ বাবে তাক টানি পাতল পাতলকৈ ৰূপান্তৰ কৰি তাৰৰ ৰূপ দিব পাৰি, তাকে ধাতুৰ নমনীয়তা বােলে।



Post a Comment

Previous Post Next Post