ভাৰতত আন্তঃগাঁথনি উন্নয়নৰ নীতিৰ জৰিয়তে ব্ৰিটিছে কি উদ্দেশ্য প্ৰাপ্ত কৰিব বিচাৰিছিল?

ভাৰতত আন্তঃগাঁথনি উন্নয়নৰ নীতিৰ জৰিয়তে ব্ৰিটিছে কি উদ্দেশ্য প্ৰাপ্ত কৰিব বিচাৰিছিল?

উত্তৰ: ভাৰতত আন্তঃগাঁথনিবিকাশৰ আঁৰত ব্ৰিটিছ শাসকসকলৰ মুখ্য উদ্দেশ্য আছিল:-

1) বিশাল ভাৰতীয় ভূখণ্ডৰ ওপৰত কাৰ্যকৰী নিয়ন্ত্ৰণ আৰু প্ৰশাসন ৰখা। ইয়াৰ বাবে ব্ৰিটিছসকলে গুৰুত্বপূৰ্ণ প্ৰশাসনিক আৰু সামৰিক কেন্দ্ৰসমূহক ৰেলপথৰ জৰিয়তে সংযুক্ত কৰিছিল।

2) বৈদেশিক বাণিজ্যৰ জৰিয়তে লাভ অৰ্জন কৰা। ইয়াৰ বাবে তেওঁলোকে ৰেলপথক মুখ্য বন্দৰ আৰু বিপণন কেন্দ্ৰ বা মেণ্ডিৰ সৈতে সংযুক্ত কৰিছিল।

3) ভাৰতত ব্ৰিটিছ পুঁজিৰ লাভজনক বিনিয়োগৰ সুযোগ সৃষ্টি কৰা।

4) ভাৰতৰ ভিতৰত সেনা বাহিনী একত্ৰিত কৰা আৰু নিকটতম ৰেল ষ্টেচন লৈ বা বন্দৰলৈ ৰাস্তাৰ মাজেৰে কেঁচা সামগ্ৰী কঢ়িয়াই নিয়া যাতে ইয়াক ব্ৰিটেইনলৈ প্ৰেৰণ কৰা হয়।

Post a Comment

Previous Post Next Post