পাইভেট অণু ভাঞ্জি কার্ন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হােৱা বিক্রিয়াটো সম্পাদিত হয়

পাইভেট অণু ভাঞ্জি কার্ন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হােৱা বিক্রিয়াটো সম্পাদিত হয়

(a) চাইট প্লাজমত
(b) মাইট’কন্ড্রিয়াত
(c) সৰপ্লাস্তুত
(d) কোষকেন্দ্ৰত

উঃ (b) মাইট’কন্ড্রিয়াত।

মাইট্ৰ'কন্ড্ৰিয়াক কোষীয় শক্তিৰ ভঁৰাল হিচাবে আখ্য়া দিয়া হয়। জীৱৰ জীৱন নিৰ্বাহত সংঘটিত হোৱা বিভিন্ন ৰাসায়নিক বিক্ৰিয়াৰ বাবে প্ৰয়োজনীয় শক্তি নিহিত হৈ থকা এ টি পি (Adenosine Triphosphate চমুকৈ ATP)ৰ অণুবিলাক মাইট্ৰ'কন্ড্ৰিয়াই উৎপাদন কৰে। এ টি পি অণুক কোষীয় শক্তিৰ মুদ্ৰা বুলিও কোৱা হয়।


পাইভেট অণু ভাঞ্জি কার্ন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হােৱা বিক্রিয়াটো সম্পাদিত হয়

এ টি পি অণুত থকা অন্তনিৰ্হিত শক্তি কোষে নতুন ৰাসায়নিক দ্রব্যৰ সংশ্লেষণত আৰু অন্যান্য যান্ত্রিক কার্যত ব্যৱহাৰ কৰে । গঠনৰ দিশৰ পৰা মাইট ' কন্ড্রিয়াবিলাক দুই আৱৰণীযুক্ত । ইয়াৰে বহিঃ আৱৰণখন যথেষ্ট ৰন্ধযুক্ত হােৱাৰ বিপৰীতে অন্তঃ আৱৰণখন যথেষ্ট ভাঁজযুক্ত । এই ভাঁজবিলাকৰ পিঠিতে এ টি পি উৎপাদন কৰা ৰাসায়নিক বিক্রিয়াবােৰ সংঘটিত হয়।

        মাইট’কণ্ডিয়াৰ এটা উল্লেখযােগ্য বৈশিষ্ট্যপূর্ণ চৰিত্ৰ হ'ল যে ইহঁতৰ নিজৰ ডি এন এ আৰু ৰাইব’জম থাকে। সেই বাবেই মাইট্ৰ’কণ্ডিয়াই নিজৰ প্ৰটিন নিজে তৈয়াৰ কৰি ল'ব পাৰে।



Post a Comment

Previous Post Next Post