তলৰ বিক্রিয়াবোৰৰ বাবে অৱস্থা চিহ্ন (State symbols) সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা ।
(i) বেৰিয়াম ক্ল ' ৰাইড আৰু ছডিয়াম ছালফেটৰ জলীয় দ্রৱৰ মাজত বিক্রিয়া ঘটি অদ্রাব্য বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্ল ' ৰাইডৰ দ্ৰৱ প্রস্তুত হয় ।
উত্তৰঃ BaCl2(aq) + Na2So4(aq) à BaSo4 (s) + 2NaCl(aq)
(ii) ছডিয়াম হাইড্রক্স ইডৰ দ্ৰৱ (পানীত) হাইড্র ’ ক্ল ' ৰিক এছিডৰ দ্ৰৱ ( পানীত) ৰে সৈতে বিক্রিয়া কৰি ছডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে।
উত্তৰঃ NaoH(aq) + HCl à NaCl(aq) + H2o(l)