তলৰ ৰাসায়নিক বিক্রিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা ।

তলৰ ৰাসায়নিক বিক্রিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা ।

(i) হাইড্রজেন + ক্লৰিন হাইড্রজেন ক্লৰাইড 

উত্তৰঃ H+ Cl2 à 2HCl

 

(ii ) বেৰিয়াম ক্লৰাইড + এলুমিনিয়াম ছালফেট  বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্লৰাইড

উত্তৰঃ 3BaCl2 +Al(So4)à 3BaSo4 + 2AlCl3

 

(iii ) ছ’ডিয়াম + পানী  ছডিয়াম হাইড্রক্সাইড + হাইড্রজেন ।

উত্তৰঃ 2Na + 2H2à 2NaOH +H2

Post a Comment

Previous Post Next Post