এটা পদাথ ' X ' ৰ দ্ৰৱক বগা ৰঙ সানিবলৈ (White Washing ) ব্যৱহাৰ কৰা হয়।
( i ) পদাৰ্থ ' X ' ৰ নাম আৰু সংকেত লিখ।
উত্তৰঃ পদাৰ্থ ‘’X’’ নাম হল পোৰা চূণ।
(ii ) পানীৰে সৈতে পদার্থ ' X ' এ কৰা বিক্রিয়াটো লিখ ।
উত্তৰঃ পানীৰ সৈতে পদাৰ্থ ‘’X’’এ কৰা বিক্ৰিয়াটো হল-
CaO(s) + H2o(l) à Ca(OH)2 (aq)
(শিথিলিত চূণ)