কেঁচা গাখীৰৰ PHৰ মান 6। ই দৈত পৰিণত হলে pH সলনি হ’বনে? ব্যাখ্যা কৰা।
উত্তৰঃ কেচা গাখীৰ দৈত পৰিণত কৰিলে PHৰ মান কমি আহে। কাৰণ, প্রক্রিয়াটোত লেক্টিক এছিড উৎপন্ন হয়।