তলৰ তালিকাখনত কিছুমান ধৰ্ম উল্লেখ কৰা হৈছে। এই ধৰ্মসমূহৰ ওপৰত ভিত্তি কৰি ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা –

তলৰ তালিকাখনত কিছুমান ধৰ্ম উল্লেখ কৰা হৈছে।এই ধৰ্মসমূহৰ ওপৰত ভিত্তি কৰি ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা –

ক) বাহ্যিকৰূপ।

খ) কঠিনতা।

গ) ঘাতসহনীয়তা।

ঘ) নমনীয়তা।

ঙ) তাপপৰিবাহিতা।

চ) বিদ্যুৎপৰিবাহিতা।

উত্তৰ:- ক) বাহ্যিক ৰূপ ।

ধাতু – ধাতৱীয় দ্যুতি আছে ।

অধাতু – অনুজ্বল ।

খ) কঠিনতা ।

ধাতু – কঠিন, দৃঢ় ।

অধাতু – কোমল ।

গ) ঘাতসহনীয়তা ।

ধাতু – ঘাতসহনশীল ।

অধাতু – ঠুনুকা ।

ঘ) নমনীয়তা।

ধাতু – নমনীয় ।

অধাতু – অনমনীয় ।

ঙ) তাপ পৰিবাহিতা ।

ধাতু – তাপৰ সুপৰিবাহী ।

অধাতু – তাপৰ কুপৰিবহী ।

চ) বিদ্যুৎ পৰিবাহিতা ।

ধাতু – বিদ্যুতৰ সুপৰিবাহী ।

অধাতু – বিদ্যুতৰ কুপৰিবহী ।

Post a Comment

Previous Post Next Post