উক্তিবোৰ শুদ্ধ হলে ‘ শু ‘ আৰু অশুদ্ধ হলে ‘ অ ‘ ৰে চিহ্নিত কৰিবা।
ক) সাধাৰণতে, অধাতু সমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰে।
উত্তৰ:- অশুদ্ধ ।
খ) ছ‘ডিয়াম এবিধ বৰ সক্ৰিয় ধাতু।
উত্তৰ:- শুদ্ধ ।
গ) জিংক ছালফেটৰ দ্ৰৱৰ পৰা তামে জিংক অপসাৰিত কৰে।
উত্তৰ:- অশুদ্ধ ।
ঘ) কয়লা টানি তাঁৰৰ ৰূপ দিব পাৰি।
উত্তৰ:- অশুদ্ধ ।