ফছফৰাছ এবিধ অতি …………………….. অধাতু।

খালী ঠাই পূৰ কৰা –

ক) ফছফৰাছ এবিধ অতি …………………….. অধাতু।

উত্তৰ:- সক্ৰিয় ।

খ) ধাতুসমূহ তাপ আৰু ……………………. ৰ …………………….. পৰিবাহী।

উত্তৰ:- বিদ্যুতৰ , ভাল ।

গ) তামতকৈ লো …………………….. সক্ৰিয়।

উত্তৰ:- অধিক ।

ঘ) ধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰি ………………….. গেছ উৎপন্ন কৰে।

উত্তৰ:- হাইড্ৰ’জেন ।


Post a Comment

Previous Post Next Post