খাদ্য – সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয়। কিয়?
উত্তৰ:- এলুমিনিয়াম অধিক ঘাতসহনশীল ধাতু । ইয়াক পিটি অতি পাতল কৰিব পাৰি । কাগজৰ দৰে পাতল কৰিলেও ই ফালি নাযায় । সেইবাবে খাদ্য – সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয় ।