সত্ প্ৰতিবিম্ব কাক বোলে ?

সত্ প্ৰতিবিম্ব কাক বোলে ?

উত্তৰ : এটা বিন্দু লক্ষ্যবস্ত্তৰ পৰা নিৰ্গত হোৱা ৰশ্মিবোৰ প্ৰতিফলন বা প্ৰতিসৰণৰ পাছত আন এক বিন্দুত প্ৰকৃততে মিলিত হ’লে, তেনেক্ষেত্ৰত দ্বিতীয় বিন্দুটোক প্ৰথমটোৰ সত্ প্ৰতিবিম্ব বোলে। সত্ প্ৰতিবিম্ব পৰ্দাত ধৰিব পাৰি।

 

Post a Comment

Previous Post Next Post