অসত্ প্ৰতিবিম্ব কাক বোলে ?

অসত্ প্ৰতিবিম্ব কাক বোলে ?

উত্তৰ : এটা বিন্দু লক্ষ্যবস্ত্তৰ পৰা নিৰ্গত হোৱা ৰশ্মিবোৰ প্ৰতিফলন বা প্ৰতিসৰণৰ পাছত আন কোনো বিন্দুৰ পৰা অপসাৰিত হৈ অহা যেন ধাৰণা হয়। তেনেক্ষেত্ৰত দ্বিতীয় বিন্দুটোক প্ৰথমটোৰ অসত্ প্ৰতিবিম্ব বোলে। অসত্ প্ৰতিবিম্ব পৰ্দাত ধৰিব নোৱাৰি।

Post a Comment

Previous Post Next Post