চাবােনব মলি আঁতৰােৱাৰ প্রক্রিয়া ব্যাখ্যা কৰা।

চাবােনব মলি আঁতৰােৱাৰ প্রক্রিয়া ব্যাখ্যা কৰা।

উত্তৰ: বেছিভাগ মলি তেলীয় গুণবিশিষ্ট। চাবােনৰ অণুবােৰ হৈছে দীঘল শৃংখলযুক্ত কার্বক্সিলিক এছিডৰ ছ’ডিয়াম বা পটেছিয়াম লৱণ। চাবােনৰ আয়নীয় মেৰু পানীত দ্ৰৱণীয়। আনহাতে, কার্বন শৃংখল তেলত অদ্ৰৱণীয়। পানীত চাবােন দিলে পানীৰ মাজত এই অণুবােৰ একক দিশত সজ্জিত হয় আৰু হাইড্রজেন অংশ পানীৰ বাহিৰ পৃষ্ঠফালে মূৰ কৰি থাকে। এই অবস্থা সৃষ্টি হ’বলৈ অণুবােৰ এনেভাৱে পুঞ্জীভূত হয় যে জলঘৃণী পুচ্ছ পুজটোৰ ভিতৰৰ মূৰ কৰি ধ্ৰুবীয় মেৰু পুঞ্জটোৰ বাহিৰত থাকে। তেলীয়া মলিবােৰ মাইছেলৰ কেন্দ্ৰত জমা হয় গতিকে চাবনে ফেন কনাপুঞ্জৰ সহায়ত মলি আঁতৰাব পাৰে।


Post a Comment

Previous Post Next Post