মাখন আৰু খােৱা তেলৰ মাজত পার্থক্য দেখুৱাব পৰা এটা পৰীক্ষা বর্ণনা কৰা।

মাখন আৰু খােৱা তেলৰ মাজত পার্থক্য দেখুৱাব পৰা এটা পৰীক্ষা বর্ণনা কৰা।

উত্তৰ: ব্ৰমাইন পানী ব্যৱহাৰ কৰি ৰন্ধন তেল আৰু মাখনৰ। মাজৰ পার্থক্য উলিয়াব পাৰি। খােৱা তেলে ব্ৰমাইন পানীৰ ৰং ৰঙা কৰে।
আনহাতে, মাখনে ব্ৰ’মাইন পানীৰ লগত কোনাে ধৰণৰ বিক্রিয়া নকৰে।


Post a Comment

Previous Post Next Post