দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়?
উত্তৰঃ দৈ আৰু টেঙা খাদ্যবস্তুত এছিড থাকে। এই এচিডে পিতল আৰু তামৰ লগত বিক্রিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। সেই কাৰণে ইহঁতক পিতল বা তামৰ পাত্ৰত থােৱা নহয়।