তােমাৰ হাতত A আৰু B দুটা দ্ৰৱ আছে। দ্ৰৱ Aৰ PHৰ মান 6 আৰু দ্ৰৱ B টোৰ PHৰ মান 8। কোনটো দ্ৰৱত হাইড্রজেন আয়নৰ গাঢ়তা বেছি ? কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয়?

উত্তৰঃ দ্ৰৱ A আম্লিক আৰু ইয়াত হাইড্রজেন আয়নৰ গাঢ়তা বেছি। দ্ৰৱ B ক্ষাৰকীয়।

Post a Comment

Previous Post Next Post