উভধর্মী অক্সাইড কাক বােলে? দুটা উভধর্মী অক্সাইডৰ নাম লিখা।

উভধর্মী অক্সাইড কাক বােলে? দুটা উভধর্মী অক্সাইডৰ নাম লিখা।

উঃ যিবােৰ অক্সাইডে এছিড আৰু ক্ষাৰ উভয়ৰ লগত বিক্রিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সেইবােৰক উভধর্মী অক্সাইড বােলে। উদাহৰণ : যিংক অক্সাইড আৰু এলুমিনিয়াম অক্সাইড।


Post a Comment

Previous Post Next Post