দুটাকৈ ধাতুৰ নাম লিখা যিয়ে লঘু এছিডৰপৰা হাইড্রজেন অপসাৰণ কৰে আৰু যিয়ে নকৰে।
উঃ হাইড্রজেন অপসাৰণ কৰা দুটা ধাতু হল- ছ’ডিয়াম আৰু কেলছিয়াম। অপসাৰণ নকৰা ধাতু হৈছে- কপাৰ আৰু ছিলভাৰ।