তােমাক এটা হাতুৰী, এটা বেটাৰী, অলপ তাৰ আৰু এটা ছুইচ দিয়া হ’ল। (H.S.L.C −15)

তােমাক এটা হাতুৰী, এটা বেটাৰী, অলপ তাৰ আৰু এটা ছুইচ দিয়া হ’ল। (H.S.L.C −15)

(a) এই বস্তুবােৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা ?

(b) ধাতু/অধাতুৰ চিনাক্তকৰণত এই পৰীক্ষাৰবাৰৰ উপযােগিতা উল্লেখ কৰিবা।

উঃ

(a) হাতুৰীৰে কোবালে ধাতু পাতল হ’ব। আনহাতে অধাতু গুড়ি হব।

(b) ধাতু আৰু অধাতুৰ চিনাক্তকৰণ প্ৰক্ৰিয়াটোত হাতুৰী ব্যৱহাৰ কৰিব লাগে। কাৰণ ধাতুবােৰক কোবাই চেপেটা কৰিব পাৰি। আনহাতে অধাতুক নােৱাৰি।


Post a Comment

Previous Post Next Post