মানুহৰ দেহত অক্সিজেন আৰু কার্বন ডাই অক্সাইড কেনেকৈ পৰিবহণ হয় ?

মানুহৰ দেহত অক্সিজেন আৰু কার্বন ডাই অক্সাইড কেনেকৈ পৰিবহণ হয় ?

উঃ মানুহৰ তেজত থকা ৰঞ্জক পদাৰ্থৰ নাম হিমগ্লবিন ইয়াৰ অক্সিজেনৰ প্রতি আসক্তি বেছি। হিমগ্লবিনে অক্সিজেনৰ লগত লগ লাগি অক্সিহিমগ্লবিন উৎপন্ন কৰে। এনেদৰে হাওঁফাওঁৰ পৰা শৰীৰৰ বিভিন্ন অংশ কোষসমূহলৈ অক্সিজেন পৰিবহণ কৰে।

মানুহৰ দেহত অক্সিজেন আৰু কার্বন ডাই অক্সাইড কেনেকৈ পৰিবহণ হয় ?


আনহাতে অক্সিজেনতকৈ কার্বন ডাই অক্সাইডৰ দ্ৰৱণীয়তা পানীত বেছি। সেইবাবে ই শৰীৰৰ বিভিন্ন অংশৰ কোষৰ পৰা তেজৰ জৰিয়তে হাওঁফাওঁলৈ আহে। সেয়েহে অক্সিজেন আৰু কার্বন ডাই অক্সাইডৰ পৰিবহণত তেজে গুৰুত্বপূর্ণ ভূমিকা লয়।


Post a Comment

Previous Post Next Post