উদ্ভিদে কি কি উপায়ে বর্জিত পদার্থ ত্যাগ কৰে।
উ: (ক) উদ্ভিদে বাষ্পমােচনৰ সহায়ত অতিৰিক্ত পানী ত্যাগ কৰে।
(খ) অন্যান্য বর্জিত পদার্থবােৰ উদ্ভিদৰ মৃত কোষৰ সহায়ত আৰু কেতিয়াবা পাতৰ দৰে সৰি পৰা অংগৰ দ্বাৰা ৰেচন ক্রিয়া সমাধা কৰে।
(গ) উদ্ভিদে পূৰঠ জাইলেম কাত সঞ্চিত কৰি ৰখা বেজিন আৰু আঠা উপক্ষাৰ হিচাপে বাহিৰলৈ পঠিয়ায়।
(ঘ) কিছুমান অলাগতিয়াল পদার্থ পাত, ফল, কাণ্ড আদিত জমা কৰি ৰাখে।