হাওঁফাওঁৰ বায়ুকোষ আৰু নেফ্রনৰ গঠন আৰু কাৰ্যৰ মাজত ‘তুলনা কৰা।
উ : বায়ুকোষ আৰু নেফ্রনৰ গঠন আৰু কাৰ্যৰ মাজত পার্থক্য হল-
(ক) বায়ুকোষবােৰ আকৃতি বায়ুমােনাৰ দৰে। আনহাতে নেফ্রন কাপ সদৃশ নলীকা।
(খ) বায়ুকোষবােৰ হাওঁফাওঁত থাকে আনহাতে নেফ্রনবােৰ বৃক্ক থাকে।
(গ) বায়ুকোষবােৰত ব্যাপনৰ মাধ্যমেৰে গেছৰ বিনিময় হয়। আনহাতে নেফ্রনবােৰৰ চাপৰ পাৰ্থক্যৰ বাবে পদার্থসমূহৰ বিনিময় সংঘটিত হয়।