পোহৰ ৰশ্মি পানীৰ পৰা বায়ুত প্ৰৱেশ কৰিলে, প্রতিসৰিত ৰশ্মি অভিলম্বৰ ( কাষ চাপে, আঁতৰি যায়।)

শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

(ক) পোহৰ ৰশ্মি পানীৰ পৰা বায়ুত প্ৰৱেশ কৰিলে, প্রতিসৰিত ৰশ্মি অভিলম্বৰ ( কাষ চাপে, আঁতৰি যায়।)

উত্তৰ: আঁতৰি যায়।

(খ) পোহৰ ৰশ্মি বায়ুৰ পৰা কঁাচত প্ৰৱেশ কৰিলে প্ৰতিসৰিত ৰশ্মি অভিলম্বৰ

―  ( আঁতৰি যায়, কাষ চাপে )

উত্তৰ: কাষ চাপে।

(গ) বায়ুৰ পৰা পোহৰ ৰশ্মি পানীত প্ৰৱেশ কৰিলে ইয়াৰ বেগ–(বাঢ়ে,কমে,একে থাকে )

উত্তৰঃ কমে।


Post a Comment

Previous Post Next Post