পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয় ?
উত্তৰঃ বৰষুণৰ পানীত H+ আয়ন থাকে বাবে বিদ্যুৎ সৰবৰাহ কৰে। আনহাতে, পাতিত পানীত H+ আয়ন নাথাকে বাবে বিদ্যুৎ সৰবৰাহ নকৰে।