ইথানলক ইথানয়িক এছিডলৈ ৰূপান্তৰ কৰাটো কি বিক্রিয়া আৰু কিয়?

ইথানলক ইথানয়িক এছিডলৈ ৰূপান্তৰ কৰাটো কি বিক্রিয়া আৰু কিয়?

উত্তৰ: ইথানলৰ পৰা ইথানয়িক এছিডলৈ পৰিৱৰ্তন হােৱা এটা জাৰণ বিক্রিয়া, কাৰণ অক্সিজেন ইথানলৰ লগত বিক্রিয়া কৰি ইথানয়িক এচিড গঠন কৰে


Post a Comment

Previous Post Next Post