ইথানলৰ দুটাকৈ ভৌতিক ধৰ্ম আৰু ব্যৱহাৰ লিখা।

ইথানলৰ দুটাকৈ ভৌতিক ধৰ্ম আৰু ব্যৱহাৰ লিখা।

উত্তৰ:

ইথানলৰ দুটা ভৌতিক ধর্ম হল—

(ক) সাধাৰণ উষ্ণতাত ই এবিধ বৰণহীন তৰল।

(খ) দাহ্য আৰু নীলা শিখাৰ সৈতে দহন হয়।

ইথানলৰ দুটা ব্যৱহাৰ হৈছে—

(ক) এলকহলীয় পানীয়ত মুখ্য উপাদান হিচাপে ব্যৱহৃত হয়।

(খ) ৰং, আতৰ আদিত দ্ৰাৱক হিচাপে ব্যৱহাৰ কৰা হয়।


Post a Comment

Previous Post Next Post