এণ্টিবায়‘টিক কি ? এণ্টিবায়‘টিক গ্ৰহণ কৰোঁতে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে ?
উত্তৰ:- ৰোগ সৃষ্টিকাৰী অনুজীৱক ধ্বংস কৰিবলৈ কিছুমান নিৰ্দিষ্ট অনুজীৱ বিকশিত কৰি প্ৰস্তুত কৰা ঔষধ বোৰক এণ্টিবায়’টিক বোলে ।
ডাক্তৰৰ পৰামৰ্শমতে এণ্টিবায়’টিক গ্ৰহণ কৰিব লাগে । ডক্তৰে দিয়া নিদান অনুসৰি দৰৱৰ ক’ৰ্ছ শেষ কৰিব লাগে । অপ্ৰয়োজনীয় ভাৱে এণ্টিবায়’টিক গ্ৰহণ কৰা উচিত নহয় কাৰণ শৰীৰত থকা উপকাৰী অণুজীৱৰ মৃত্যু হব পাৰে ।