কিছুমান আঁহক সাংশ্লেষিক বুলি কোৱা হয় কিয় ? ব্যাখ্যা কৰা।
উত্তৰ:- কিছুমান আঁহক সাংশ্লেষিক বুলি কোৱা হয় কাৰণ সেই বোৰ আহ মানুহে পেট্ৰ’লিয়াম জাত দ্ৰব্যৰ পৰা যন্ত্ৰৰ সহায়ত সংশ্লেষণ প্ৰক্ৰিয়াৰ সহায়ত উৎপাদন কৰা হয় । যেনে – পলিয়েষ্টাৰ, নাইলন আদি কিছুমান সাংশ্লেষিক আহ ।