তলৰ বিক্রিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা ।
(a ) কেলছিয়াম হাইড্র’ক্সাইড + কার্বন ডাই অস্কাইড → কেলছিয়াম কার্বনেট + পানী ।
উত্তৰঃ Ca(OH)2 + Co2 → CaCo3 + H2o
(b ) যিংক + ছিলভাৰ নাইট্রেট → যিংক নাইট্রেট + ছিলভাৰ ।
উত্তৰঃ Zn + 2AgNo3 → Zn(No3)2 + 2Ag
(c ) এলুমিনিয়াম + ক’পাৰ ক্ল’ৰাইড → এলুমিনিয়াম ক্ল’ৰাইড + ক’পাৰ ।
উত্তৰঃ 2Al + 3CuCl2 → 2AlCl3 + 3Cu
(d ) বেৰিয়াম ক্ল’ৰাইড + পটেছিয়াম ছালফেট → বেৰিয়াম ছালফেট + পটেছিয়াম ক্ল’ৰাইড ।
উত্তৰঃ BaCl2 + K2So4 → BaSo4 + 2KCl