প্রতিসাৰক মাধ্যম কাক বোলে ?

প্রতিসাৰক মাধ্যম কাক বোলে ?

উত্তৰঃ যি মাধ্যমত পোহৰ ৰশ্মিৰ প্ৰতিসৰণ হয় তাক প্ৰতিসাৰক মাধ্যম বোলে।

পোহৰৰ ৰশ্মি লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমত প্ৰৱেশ কৰিলে, প্রতিসৰিত ৰশ্মি অভিলম্বৰ কাষ চাপে। আনহাতে ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমত প্ৰৱেশ কৰিলে প্রতিসৰিত ৰশ্মি অভিলম্বৰ পৰা আঁতৰি যায়।



Post a Comment

Previous Post Next Post