পোহৰৰ প্ৰতিফলনৰ নিয়ম দুটা লিখা।
উত্তৰ:
(ক) আপতন কোণ প্ৰতিফলন কোণৰ সমান আৰু
(খ) আপতিত ৰশ্মি, দাপোণৰ আপতন বিন্দুত টনা লম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলত থাকে।
উত্তৰ:
(ক) আপতন কোণ প্ৰতিফলন কোণৰ সমান আৰু
(খ) আপতিত ৰশ্মি, দাপোণৰ আপতন বিন্দুত টনা লম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলত থাকে।