সংঘটিত বিক্রিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্তুলিত সমীকৰণ লিখা যেতিয়া-

সংঘটিত বিক্রিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্তুলিত সমীকৰণ লিখা যেতিয়া-

(a) লঘু ছালফিউৰিক এছিডে যিংকৰ গুড়িৰে সৈতে বিক্রিয়া কৰে।
(b) লঘু হাইড্ৰ’ক্লৰিক এছিডে মেগনেছিয়াম ফিটাৰে সৈতে বিক্রিয়া কৰে।
(c) লঘু ছালফিউৰিক এছিডে এলুমিনিয়াম পাউডাৰৰ সৈতে বিক্রিয়া কৰে।
(d) লঘু হাইড্রক্ল’ৰিক এছিড়ে লােৰ গুড়িৰে সৈতে বিক্রিয়া কৰে।

উত্তৰঃ (a) জিংকৰ + ছালফিউৰিক এচিড → জিংক ছালফেট + হাইড্রজেন গেছ।
Zn(s)+H2SO4(aq) ZnSO4(aq)+H2(g)

(b) মেগনেছিয়াম + হাইড্ৰ’ক্ল’ৰিক এচিড → মেগনেছিয়াম ক্ল’ৰাইড + হাইড্রজেন গেছ
Mg(s)+2HCl(aq) → MgCl2(aq)+H2(g)

(c)  এলুমিনিয়াম + ছালফিউৰিক এচিড (aq) → এলুমিনিয়াম ছালফেট + হাইড্রজেন গেছ।
2Al(s)+3H2S04(aq) →AI2(SO4)3(aq) +3H2(g)

(d) লাে + হাইড্ৰ’ক্ল’ৰিক এচিড় (aq) →আইৰণ ক্ল’ৰাইড
Fe(s)+2HCl(aq) →FeCI2(aq)+H2(g)

(e) Zn + CuS04 → ZnSO4 + Cu


Post a Comment

Previous Post Next Post