পাচটা দ্রব A, B, C, D আৰু E ক সার্বজনীন সূচকেৰে পৰীক্ষা কৰাত PH ৰ মান ক্রমে 4, 1, 11, 7 আৰু 9 দেখুৱাইছিল। কোনটো দ্রব

পাচটা দ্রব A, B, C, D আৰু E ক সার্বজনীন সূচকেৰে পৰীক্ষা কৰাত PH ৰ মান ক্রমে 4, 1, 11, 7 আৰু 9 দেখুৱাইছিল। কোনটো দ্রব

(a) প্ৰশম (b) তীব্র ক্ষাৰকীয় (c) তীব্র আম্লিক (d) মৃদু আম্লিক (e) মৃদু ক্ষাৰকীয়
হাইড্রজেন আয়নৰ গাঢ়তাৰ বর্ধিত ক্ৰমাত PH ৰ মানবােৰ সজোৱা।

উত্তৰঃ (a) D প্ৰশম (pH) =7
(b) C তীব্র ক্ষাৰকীয়PH =11
(c) B তীব্র আম্লিক pH =1
(d) A মৃদু আম্লিক PH =4
(e) E মৃদু ক্ষাৰকীয় PH =9
হাইড্রজেন আয়নৰ গাঢ়তাৰ বর্ধিত ক্ৰমত PHৰ মানবােৰ হ’ল— 11<9<7<4<1


Post a Comment

Previous Post Next Post