স্বপােষিত পুষ্টি আৰু পৰপােষিত পুষ্টিৰ মাজৰ পার্থক্য কি কি?

স্বপােষিত পুষ্টি আৰু পৰপােষিত পুষ্টিৰ মাজৰ পার্থক্য কি কি?

উত্তৰ: স্বপােষিত আৰু পৰপােষিত পুষ্টিৰ মাজৰ পার্থক্য

স্বপােষিত পুষ্টি আৰু পৰপােষিত পুষ্টিৰ মাজৰ পার্থক্য কি কি?

স্বপােষিত পুষ্টি পৰপােষিত পুষ্টি
স্বপােষিত পুষ্টিৰ জীৱবােৰে নিজে নিজৰ খাদ্য প্রস্তুত কৰি লয়। পৰপােষিত পুষ্টিৰ জীৱবােৰে প্রত্যক্ষ আৰু পৰােক্ষভাৱে স্ব-পােষিত জীৱৰ ওপৰত নিৰ্ভৰশীল।
স্বপােষিত জীৱবােৰত পত্ৰ হৰি নামৰ সেউজীয়া ৰঞ্জক পদার্থ থাকে।পৰপােষিত পুষ্টিৰ জীৱবােৰত কোনাে ৰঞ্জক পদার্থ নাথাকে।

Post a Comment

Previous Post Next Post