NaOH দ্ৰৱ এটাৰ 10mL এ HCl দ্ৰৱ এটাৰ। 8mL সম্পূৰ্ণৰূপে প্রশমিত কৰে।

NaOH দ্ৰৱ এটাৰ 10mL এ HCl দ্ৰৱ এটাৰ। 8mL সম্পূৰ্ণৰূপে প্রশমিত কৰে। যদি আমি একেটা NaOH দ্ৰৱৰ 200mL লওঁ তেন্তে এই প্রসমিত কৰিবলগা HCI দ্ৰৱৰ (আগৰ সৈতে একেটা দ্ৰৱ)ৰ পৰিমাণ হ’ব

(a) 4ml (b) 8ml (c) 12ml (d) 16ml

উত্তৰঃ (d) 16ml


Post a Comment

Previous Post Next Post