মাৰকিউৰিক অক্সাইড (Hg0) উত্তপ্ত কৰিলে কি ঘটে? ৰাসায়নিক সমীকৰণ লিখা।

মাৰকিউৰিক অক্সাইড (Hg0) উত্তপ্ত কৰিলে কি ঘটে? ৰাসায়নিক সমীকৰণ লিখা।

উ : মাৰকিউৰিক অক্সাইড উত্তপ্ত কৰিলে ই বিজাৰিত হৈ মাৰকিউৰি (Hg) আৰু অক্সিজেন (02) উৎপন্ন হয়। ৰাসায়নিক সমীকৰণটো হ’ল—
2Hgo তাপ→ 2Hg+O2


Post a Comment

Previous Post Next Post