কাপােৰ ধুবলৈ মানুহে বিভিন্ন পদ্ধতি অৱলম্বন কৰে। সাধাৰণতে চাবােন ঘঁহি কাপােৰখন শিল এচলাত থুকুচে বা ভৰিৰে গছকে, ব্ৰাছ কৰে, নাইবা কাপােৰ ধােৱা যন্ত্ৰত ভৰাই জোকাৰি দিয়ে। কাপােৰ পৰিষ্কাৰ কৰিবলৈ কিয় জোকাৰিব লাগে ?

উত্তৰ: কাপােত লাগি থকা মলিবােৰ চাবােনে তৰপে তৰপে আঁতৰাই। এই তৰপৰােৰ আঁতৰাবলৈ বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰা হয় কাপােৰত প্ৰশ্নত দিয়াৰ দৰে পদ্ধতি অৱলম্বন কৰিলে তেল আৰু মলিৰ মাজত থকা বান্ধনি দুর্বল হৈ পৰে আৰু মলি সহজে আঁতৰে।

Post a Comment

Previous Post Next Post